23.9 C
Guwahati
Saturday, September 18, 2021
More

    কেতিয়া শেষ হ’ব কৰ’ণাৰ ত্ৰাস, এগৰাকী মহিলাই কৰিলে ভৱিষ্যতবাণী, জানক সৱিশেষ…

    কেতিয়া শেষ হ’ব কৰ’ণাৰ ত্ৰাস, এগৰাকী মহিলাই কৰিলে ভৱিষ্যতবাণী, জানক সৱিশেষ…

    সমগ্ৰ বিশ্বতে কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ দেখুৱাইছে। এই মহামাৰীৰ কবলত পৰি বহু লোকে সাবতি লৈছে মৃত্যুক। এতিয়াও বহুলোক আক্ৰান্ত হৈ আছে এই মহামাৰীত।

    ইয়াৰ মাজতে ব্ৰিটেইনৰ এগৰাকী মহিলাই কৰ’ণাক লৈ বহুদিন পূৰ্বেই কৰিছিল ভৱিষ্যতবাণী।ব্ৰিটেইনৰ এগৰাকী জ্যোতিষী মহিলা ৰোক্সানে ফৰ্ণিবালে ২০১৮ চনতেই কৰ’ণাক লৈ ভৱিষ্যতবাণী কৰিছিল।

    উল্লেখ্যে যে, তেওঁ এগৰাকী স্বাস্থ্য কৰ্মীক দেখা পাই এই মন্তব্য কৰিছিল।কিন্তু কোনো লোকে এই কথাত গুৰুত্ব দিয়া নাছিল।

    ৰোকাস্নাই কয় যে আগন্তুক 2/ ৩ বছৰলৈ অসুবিধা থাকিবই।আগষ্ট মাহত অলপ সকাহ পাব পাৰে। লগতে কয় যে মই অনুভৱ কৰিছিলো যে সকলো ফালে ক’লা ডাৱৰে আৱৰি ধৰিছে আৰু যেতিয়া ২০২০ চনত কৰ’ণা আহিছিল তেতিয়া মই গ’ম  পাইছিলো যে সেই সময়ত যি অনুভৱ কৰিছিলো এয়াই হয়।

    তেওঁ কৈছিল যে কৰ’ণা মহামাৰীৰ বাবে বিশ্বত সকলো লোকৰে জীৱন প্ৰণালী সলনি হৈ যাব। মানুহক লহ পোৱা কম বৈ যাব। কিয়নো এই বৰ্ষৰ আগষ্ট মাহৰ পিছত কৰণা আৰু শক্তিশালী হ’ব। উল্লেখ্য যে, বৰ্তমান ব্ৰিটেইনত কৰ’ণাৰ তৃতীয়টো ঢৌ চলি আছে।

    অৱশ্যে এয়া মহিলাগৰাকীৰ মন্তব্যবে। ইয়াৰ সত্যাসত্যৰ প্ৰমাণ আমাৰ হাতত নাই।

    আৰু পঢ়ক : চিকিৎসকৰ গাফিলতি! ২ মহীয়া সন্তান এৰি মাতৃৰ মৃত্যু, চিজাৰিয়ান অপাৰেচত হৈছিল ভয়ংকৰ কাণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং