28 C
Guwahati
Wednesday, October 13, 2021
More

    অধিনায়কত্ব এৰাৰ কথা ঘোষণা বিৰাট কোহলীৰ

    দীৰ্ঘদিনৰ পৰা চলি থকা চৰ্চাৰ অন্ত পেলাই অৱশেষত বিৰাট কোহলীয়ে অধিনায়কত্ব এৰাৰ কথা ঘোষণা কৰিছে।

    এই কথাখিনি ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰা কোহলীয়ে টি-২০ বিশ্বকাপৰ পিছৰ পৰা অধিনায়কৰ দায়িত্বত নাথাকে বুলি কয়।

    তেওঁ কয় যে টি-২০ বিশ্বকাপৰ পিছৰ পৰা টি-২০ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অধিনায়কৰ দায়িত্বত নাথাকো।

    অধিনায়ক হিচাপে টি-২০ বিশ্বকাপ হ’ব তেওঁৰ অন্তিম টুৰ্ণামেণ্ট।

    অধিনায়কৰ দায়িত্ব এৰিলেও ভাৰতীয় দলৰ হৈ তেওঁ খেলি যাব টি-২০ ক্ৰিকেট।

    অৱশ্যে তেওঁ এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক হৈ থাকিব।   

     আৰু পঢ়ক : অন্য এক নতুন ৰূপত দেখিবলৈ পোৱা যাব মহেন্দ্ৰ সিং ধোনীক, ৰক্ষা মন্ত্ৰালয়ে দিলে বিশেষ স্থান…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং