জানক ১৮ ফেব্ৰুৱাৰীৰ দিনটোৰ ৰাশিফল, কোনবোৰ ৰাশিৰ বাবে কি কি শুভ!

0
948
জানক ২৫ ফেব্ৰুৱাৰীৰ দিনটোৰ ৰাশিফল, কোনবোৰ ৰাশিৰ বাবে কি কি শুভ!

জানক ১৮ ফেব্ৰুৱাৰীৰ দিনটোৰ ৰাশিফল, কোনবোৰ ৰাশিৰ বাবে কি কি শুভ!

মেষ : আনৰ আৱেগক শ্ৰদ্ধা কৰক। শনি মন্দিৰ দৰ্শন কৰক। শুভ সংখ্যা ৬।

বৃষ : আপোনাক আনে অনুকৰণ কৰিব। নিৰামিষ খাদ্য খাওক। শুভ সংখ্যা ৪।

মিথুন : কাৰ্য্য সিদ্ধিত গুৰুৰ প্ৰভাৱ পৰিব। ক্ৰীড়া চৰ্চা অব্যাহত ৰাখক।শুভ সংখ্যা ২।

কৰ্কট : আনৰ আৱেগক শ্ৰদ্ধা কৰাৰ প্ৰৱণতা থাকিব। উগ্ৰ সাহস ত্যাগ কৰক। শুভ স্ংখ্যা ৫।

সিংহ : ৰাজহুৱা সন্মান লাভ। কাৰ্য্য ক্ষেত্ৰত দক্ষতা প্ৰকাশ পাব। শুভ সংখ্যা ৯।

কন্যা : লেখক-লেখিকাৰ সুখ্যাতি বৃদ্ধি পাব। সকলো দিশতে নিয়ম-নীতি মানি চলক। শুভ সংখ্যা ৩।

তুলা : বিবাহৰ চিন্তা মনলৈ আহিব।মান অভিমান এৰাই চলক। শুভ সংখ্যা ৬।

বৃশ্চিক : সমাজ হিতৈষী চিন্তা মনলৈ আহিব। সন্তানৰ শুভ। শুভ সংখ্যা ৭।

ধনু : কৰ্মত একাগ্ৰতা বৃদ্ধি পাব। ব্যয় বৃদ্ধি। শুভ সংখ্যা ৩।

মকৰ : ৰোগৰ পৰা ভয়। মনৰ দৃঢ়তাৰে আগ বাঢ়ক। শুভ সংখ্যা ৮।

কুম্ভ : অভিমান এৰাই চলক। ভ্ৰমণত শুভ। শুভ সংখ্যা ৩।

মীন : যান-বাহনত সাৱধান। শত্ৰু প্ৰদানত হব। শুভ সংখ্যা ৭।

আৰু পঢ়ক : কেমেৰাৰ সমুখতে চাৰ্কে দুটুকুৰা কৰি গিলি পেলালে সাঁতোৰবিদক, ভাইৰেল শিহৰণকাৰী দৃশ্য