28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ২ দিনীয়া ভ্ৰমণ সূচী লৈ বৰাকত নতুন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

    দুদিনীয়া ভ্ৰমন সূচীলৈ বৰাকত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশব মহন্ত । সোমবাৰে বৰাকত উপস্থিত হৈ প্ৰথমে কৰিমগজ্ঞ জিলাত উপস্থিত হয় মন্ত্ৰী গৰাকী।

    কৰিমগজ্ঞ জিলাত উপস্থিত হৈ কৰিমগজ্ঞ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় পিছত কৰিমগজ্ঞ জিলা উপায়ুক্ত কাৰ্যালয়ত জিলাৰ উচ্চপদস্ত বিষয়াৰ লগত বৈঠকত মিলিত হয়।

    তাৰ পিছত কৰিমগজ্ঞ জিলাৰ পৰা হাইলাকান্দি জিলাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশব মহন্ত ।হাইলাকান্দি সন্তোশ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ।চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ত থকা ক’ভিড ৰোগী সকলৰ বুজ লৈ লগতে চিকিৎসালয়ত নতুনকৈ নিৰ্মান কাৰ্য চলি থকা ICU কক্ষ পৰিদৰ্শন কৰে।

    পিছত হাইলাকান্দি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলাৰ শীৰ্ষ আধিকাৰিক সকলৰ লগত পৰ্যালোচনা বৈঠকত মিলিত হয় ।

    Photo and input: Bidhan sen

    আৰু পঢ়ক : বিগত ২৪ ঘন্টাত কৰ’ণাত আক্ৰান্ত হৈ ৰাজ্যত ৯২ জনৰ মৃত্যু, কি ক’লে ‌মুখ্যমন্ত্ৰীয়ে…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং