27 C
Guwahati
Thursday, August 11, 2022
More

    BREAKING: কেৰালা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, চৰকাৰী সেৱা আৰু PSUত মহিলা চালকৰ হ’ব নিযুক্তি

    ৰাজ্য চৰকাৰে বুধবাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। এই সন্দৰ্ভত সেৱা নিয়মত আৱশ্যক সংশোধন কৰা হ'ব।

    কেৰালাত চৰকাৰী সেৱা আৰু PSUত মহিলা চালকৰ হ’ব নিযুক্তি। ৰাজ্য চৰকাৰে বুধবাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। এই সন্দৰ্ভত সেৱা নিয়মত আৱশ্যক সংশোধন কৰা হ’ব।

    বৰ্তমান কেৱল পুৰুষসকলে চৰকাৰী সেৱা আৰু PSUত চালকৰ পোষ্টৰ বাবে আৱেদন কৰিব পাৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং