22 C
Guwahati
Wednesday, January 19, 2022
More

    ৭-৮-৯ ডিচেম্বৰ বিয়াৰ অনুষ্ঠান, সকলো তৈয়াৰী সম্পূৰ্ণ, ৪৫ হোটেল বুক…কিন্তু আহিব নোৱাৰে কেটৰিনাৰ কোনো আলহী

    ৭-৮-৯ ডিচেম্বৰ বিয়াৰ অনুষ্ঠান, সকলো তৈয়াৰী সম্পূৰ্ণ, ৪৫ হোটেল বুক…কিন্তু আহিব নোৱাৰে কেটৰিনাৰ কোনো আলহী

    বিয়াৰ খবৰে গৰম হৈ আছে বলীউডৰ চোতাল। বিয়া একেবাৰে দুৱাৰডলিত। বিয়াৰ বিষয়ে অৱশ্যে এতিয়াও কোনো কথা সদৰি কৰা নাই ভাৰতীয় ছবিজগতৰ অন্যতম অভিনেতা অভিনেত্ৰী বিকী কৌশল আৰু কেটৰিনাই। কিন্তু জানিব পৰা মতে ৭-৮-৯ ডিচেম্বৰত অনুষ্ঠিত হব বিয়াৰ অনুষ্ঠান।

    তিনিদিনিয়াকৈ অনুষ্ঠিত হব বিকী-কেটৰ বিয়া। বিয়াৰ বাবে ইতিমধ্যে সকলো তৈয়াৰী সম্পূৰ্ণ। আলহী-অতিথিৰ বাবে ৪ খনকৈ হোটলো ঠিক কৰা বুলি জানিব পৰা গৈছে। ভিতৰি ভিতৰি একপ্ৰকাৰ উখল মাখল হৈ পৰিছে ৰাজস্থানৰ সৱাই মাধোপুৰ ।

    পিছে এই সকলোবোৰৰ বিপৰীতে কেটৰিনাৰ ফালৰ পৰা আহিব লগা আলহীৰ তালিকা হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা অমিক্ৰন কৰণা ভাইৰাছৰ নতুন ভেৰিয়েণ্টৰ বাবেই কেটৰিনাৰ ফালৰ আলহী হ্ৰাস পোৱাৰ সংকেট। যিহেতু অভিনেত্ৰীগৰাকীৰ প্ৰায় সকলো আলহীয়েই বিদেশৰ।

    আৰু পঢ়ক : যোৰহাটত আছু কৰ্মীক নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত এই পাঁচজন লোকক গ্ৰেপ্তাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং