ছোৱালী নাপাই, সাপকে চুমা খাবলৈ গ’ল যুৱক! পাছে…ভাইৰেল ভিডিঅ’

0
2568

ছোৱালী নাপাই, সাপকে চুমা খাবলৈ গ’ল যুৱক! পাছে…ভাইৰেল ভিডিঅ’

সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’। এজন যুৱকে এডাল সাপক চুমা খাবলৈ যাই, তাকো কোনো এলাপেচা সাপ নহয়, কিং কোব্ৰা।

এই ঘটনা কৰ্ণাটকৰ। এজন ব্যক্তিয়ে দুঃসাহসিক কাম কৰিবলৈ গৈ মহাবিপদত পৰে। যুৱকজনে এডাল কিং কোব্ৰাক চুমা খাবলৈ প্ৰস্তুত হোৱাৰ সময়তে সাপটোৱে মূৰটো পিছলৈ ঘূৰাই দি যুৱকৰ ওঁঠতে কামুৰি দিয়ে।

যি ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অৱশ্যে লোকগৰাকী সাপটোৰ দংসনৰ পৰা ৰক্ষা পৰে। সামান্য আঘাত পোৱাৰ বাদে বিষ বিয়পি নপৰে লোকগৰাকীৰ তাত।