27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দুটি সন্তান জন্মৰ পিছত বহুত দুখ আৰু কষ্টত আছে কৰীণা কাপুৰ, স্বামীৰ সলনি ইনষ্টাগ্ৰাম যোগে জনালে সকলো কথা

    দুটি সন্তান জন্মৰ পিছত বহুত দুখ আৰু কষ্টত আছে কৰীণা কাপুৰ, স্বামীৰ সলনি ইনষ্টাগ্ৰাম যোগে জনালে সকলো কথা

    বলীউডৰ অন্যতম সুন্দৰী তথা ছাইজ জিৰো ফিগাৰৰ অভিনেত্ৰী কৰীণা কাপুৰ খানৰ বহুত দুখ আৰু কষ্ট। দুই সন্তানৰ জন্মৰ পিছৰে পৰা কষ্টত আছে অভিনেত্ৰী গৰাকী।

    পিছে এই সকলো দুখ আৰু কষ্টৰ কথা কৰীণাই স্বামী ছেইফ আলী খানৰ সলনি নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট যোগে জনাইছে।

    এটা সময়ৰ ফিট কৰীণা বৰ্তমানে দ্বিতীয়টো সন্তানজন্মৰ পিছত বহুখিনি সলনি হৈ পৰিছে। যি দৰে অন্য মাতৃৰ শৰীৰত সাল সলনি দেখিবলৈ পোৱা যায় তেনেদৰে কৰীণাও ভিন্ন নহয়।

    ২০১৬ চনত প্ৰথমটো সন্তান টাইমুৰৰ জন্মৰ পিছত চলিত বৰ্ষৰে ফেব্ৰুৱাৰী মাহত কৰীণাই জন্ম দিয়ে দ্বিতীয়টো সন্তান। আৰু দ্বিতীয়টো সন্তান জন্মৰে দুমাহ পিছতে নিজৰ শৰীৰ পুনৰ আগৰ দৰি কৰিবলৈ যত্ন কৰিবলৈ ধৰে ।

    পিছে যোগ দিৱসৰ দিনা এখন ফটো শ্বেয়াৰ কৰি কৰীণাই কৈছে- ২০০৬ চনৰ পৰাই যোগাসন কৰি আছো। পিছে বৰ্তমানে ভালদৰে যোগাসন কৰিবলৈ পৰা নাই। দুটিকৈ সন্তান জন্মপ পিছত বহুখিনি ভাগৰুৱা আৰু কষ্টত আছো। লাগে লাগে পূৰ্বৰ ফিটনেচ পাবলৈ যত্ন অব্যাহত আছে।

    কৰণাৰ বাবে কনমানি সন্তান থকাত জিমলৈ যাব নোৱাৰা কৰীণাই বৰ্তামনে নিজা বাসভৱনেই শৰীৰ চৰ্চাত ব্যস্ত আছে।

    View this post on Instagram

    A post shared by Kareena Kapoor Khan (@kareenakapoorkhan)

    আৰু পঢ়ক : ট্ৰাক আৰু চাৰিচকীয়াৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ, ঠাইতে কৰুণ মৃত্যুক সাৱটিলে এজনে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং