এইগৰাকী অভিনেত্ৰীক বিয়া কৰাব বিচাৰিছিল কৰণ জোহৰে, কিন্তু এতিয়া অন্য এগৰাকী অভিনেতাৰ পত্নীহে

0
32453

এইগৰাকী অভিনেত্ৰীক বিয়া কৰাব বিচাৰিছিল কৰণ জোহৰে, কিন্তু এতিয়া অন্য এগৰাকী অভিনেতাৰ পত্নীহে।

১৯৯৮ চনত ৰোমাণ্টিক কমেডি-ড্ৰামা কুছ কুছ হোতা হেৰ দ্বাৰা কেৰিয়াৰ আৰম্ভ কৰিছিল কৰণ জোহৰে। সেই প্ৰথমখন চলচ্চিত্ৰই ছুপাহিট হৈছিল কৰণৰ।

পিছতো, কৰণ জোহৰে বহুতো হিট দিছিল বলিউডক। কভি খুশী কভি গম, কভি আলবিদা না কেহনা, মাই নেম ইজ খান, ষ্টুডেণ্ট অফ দা ইয়েৰ, এ দিল হে মুস্কিল তেওঁৰ কেইখনমান শ্ৰেষ্ঠ চলচ্চিত্ৰ।

পাছে আজি পৰ্যন্ত বিয়া পতা নাই কৰণ জোহৰে। ছাৰ’গেছি পদ্ধতিৰে তেওঁ দুই সন্তানৰ পিতৃ হৈছে।

কৰণে প্ৰায়ে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয়। এক সাক্ষাৎকাৰত, তেওঁ কৈছিল যে তেওঁ এগৰাকী অভিনেত্ৰীক বিয়া কৰাব বিচাৰিছিল।

সাক্ষাৎকাৰটোত, যেতিয়া কৰণ জোহৰক সোধা হৈছিল যে তেওঁ কোনগৰাকী অভিনেত্ৰী পছন্দ কৰে। কৰণে এক আচৰিত উত্তৰ দিছিল, এক মুহূৰ্তৰ বাবেও নৰখাকৈ, কৰণে কৈছিল যে তেওঁ তেওঁৰ বিএফএফ কৰীণা কাপুৰক তেওঁৰ জীৱন সংগী কৰিব বিচাৰিছিল। কৰণ জোহৰ আৰু কৰীণা কাপুৰ খান অতিকে ভাল বন্ধু।

বৰ্তমানে কৰীণা ছেইফ আলী খানৰ পত্নী।