অনুষ্ঠান চলি থকাৰ মাজতেই কপিল শৰ্মাই লাভ কৰিলে ৫ কোটি টকাৰ অফাৰ!

0
192
অনুষ্ঠান চলি থকাৰ মাজতেই কপিল শৰ্মাই লাভ কৰিলে ৫ কোটি টকাৰ অফাৰ!
photo: instagram

ছনী টিভিৰ এটা জনপ্ৰিয়  শ্ব’ দ্যা কপিল শৰ্মাই শৰ্মা শ্ব’ । দ্যা কপিল শৰ্মা শ্ব’ৰ আহিবলগীয়া খণ্ডত বিশিষ্ট অভিনেতা ৰাজ বব্বৰ আৰু অভিনেত্ৰী জয়া প্ৰদাক দেখিবলৈ পোৱা যাব ।

অভিনেতা অভিনেত্ৰী গৰাকীয়ে তেওঁলোকৰ আহিবলগীয়া পঞ্জাৱী ছবিৰ প্ৰমোচনৰ বাবে দ্যা কপিল শৰ্মা শ্ব’ত অহা দেখা যায় । এই খণ্ডটিত কমেডিয়ান গুৰপ্ৰীত আৰু ইহানাকো দেখিবলৈ পোৱা যাব।

এই শ্ব’ চলি থকাৰ মাজতেই দেখা যায় যে ছবি নিৰ্মাতা কেসী বোকাড়িয়াই কপিল শৰ্মাই শৰ্মাক এখন ছবিত কাম কৰাৰ বাবে ‘হা’ কবলৈ আহ্বান জনায়। লগতে কয় যে ছবিত কাম কৰিলে কপিলে ৫ কোটি টকা লাভ কৰিব । ছবি নিৰ্মাতা গৰাকীয়ে লগতে কয় যে কপিল কেৱল ভাৰততে নহয় আমেৰিকাতো যথেষ্ঠ চৰ্চা আছে।

আৰু পঢ়ক : ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়ালে অক্ষয় কুমাৰে,অনুৰাগীলৈ অনুৰোধ…