29 C
Guwahati
Friday, April 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা! বাইক আৰু চাইকেলৰ মুখামুখি সংঘৰ্ষ…

    কামপুৰ কঠীয়াতলী পথত ভয়ংকৰ পথ দুৰ্ঘটনা।

    বাইক আৰু চাইকেল আৰোহীৰ মুখামুখি সংঘৰ্ষ। তেতেলী সৰা মাহনীআটীত সংঘটিত হয় এই দুৰ্ঘটনা ।

    দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত চাইকেল আৰোহীৰ লগতে দুই বাইক আৰোহী।

    সংকটজনক অৱস্থাত তিনিওকে কামপুৰ FRU লৈ প্ৰেৰণ। বৰহোলাৰ ৰিংকু দাস নামৰ লোকজন ঘৰৰ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনা।

    বাইক আৰোহীদ্বয় চামগুৰি বুলি জানিব পৰা হয় যদিও বৰ্তমানে নাম জানিব পৰা হোৱা নাই। দুৰ্ঘটনা গ্ৰস্ত বাইক খনৰ নং ASO2AA-8061

    Photo and input: madhab bhuyan

    আৰু পঢ়ক : স্বস্তিৰ নিশ্বাস, অৱশেষত মুকলি কৰি দিলে নক্সালে অপহৰণ কৰি নিয়া জোৱান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং