টকা বনোৱা কাঠৰ মেচিনেৰে গ্ৰাহকক ৰামঠগন দুষ্ট চক্ৰৰ

0
1130

টকা বনোৱা মেচিনৰ নামত গ্ৰাহকক ৰামঠগন এক দুষ্ট চক্ৰৰ।
কামপুৰ কাকতি গাঁৱত আৰক্ষীৰ ব্যাপক অভিযান।
আজিজুল হক নামৰ লোক জনৰ ঘৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰে ছয় প্ৰবঞ্ছকক।
ধৃত লোককেইজন জহিৰুল ইছলাম, ঈদজত আলি, ওৱাহিদুল ইছলাম, আতিকুল ইছলাম, পাওচিপাম,পাওংগি
টকা বনোৱা মেচিনৰ নামত কাঠৰ ভুা মেচিনেৰে গ্ৰাহকক লুটি আছিল চক্ৰটোৱে।
সম্প্ৰতি কামপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ইনপুট ক্ৰেডিটঃ মাধৱ