23 C
Guwahati
Thursday, May 19, 2022
More

    বলিউদ গায়ক জুবিন নটিয়ালৰ পিতৃক বিজেপিৰ পৰা টিকট

    বলিউদ গায়ক জুবিন নটিয়ালৰ পিতৃক বিজেপিৰ পৰা টিকট

    উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে আজি বিজেপিয়ে ৫৯ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এই ৫৯ জন প্ৰাৰ্থীৰ ভিতৰত বলিউদৰ গায়ক জুবিন নটিয়ালৰ পিতৃ ৰামচৰণ নটিয়ালকো উত্তৰাখণ্ডৰ পৰা বিজেপিয়ে টিকট প্ৰদান কৰিছে।

    তেওঁ চক্ৰতা বিধানসভা আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ’ব।

    উল্লেখ্য যে জুবিন নটিয়াল এজন প্ৰখ্যাত বলিউদ গায়ক । আৰু এই কথাটোৱে উত্তৰাখণ্ডৰ নিৰ্বাচনত বিজেপিক যথেষ্ট লাভান্বিত কৰিব বুলি ধাৰণা কৰা হৈছে।

    উল্লেখ্য যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী খটিমাৰ পৰা, মদন কৌশিক হৰিদ্বাৰ আৰু পুৰোলাৰ পৰা দুৰ্গেশ্বৰ লাল আৰু য়ামানোত্ৰীৰ পৰা কেদাৰ সিং ৰাৱটে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

    এক টুইটযোগে মুখ্যমন্ত্ৰী ধামীয়ে কয়, “মোক কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে মোক আকৌ এবাৰ মোৰ কৰ্মভূমি খতিমাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ!”

    আৰু পঢ়ক : হায়ৰে কপাল! সুৰাৰ নিচাত হাত-ভৰি বান্ধি কন্যাক ধৰ্ষণ পিতৃৰ, আইতাকে ওলোটাই সন্মানৰ খাতিৰত মনে মনে থকাৰ আদেশ নাতিনীক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং