33 C
Guwahati
Thursday, August 11, 2022
More

    পুনৰ আক্ৰমণৰ বলি সাংবাদিক, মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে এই ঘটনা

    সাংবাদিক প্ৰাঞ্জল খাউণ্ডৰ পেট আৰু বুকুত আঘাত কৰে অচিনাক্ত দুৰ্বৃত্তই

    মাজুলীত শুকুৰবাৰে নিশা সাংবাদিকক উপৰ্যুপৰি আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। মাজুলীৰ ফুলনিত সাংবাদিক প্ৰাঞ্জল খাউণ্ডক শৰীৰৰ কেইবাটাও ঠাইত আঘাত কৰে দু্ৰ্বৃত্তই।

    ফুলনি চকীৰ পৰা ২০০ মিটাৰ নিলগতে সাংবাদিকগৰাকীক আক্ৰণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। বৰ্তমান হাস্পতালত চিকিত্সাধীন সাংবাদিকগৰাকী।

    সাংবাদিকগৰাকীৰ আক্ৰমণৰ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি। অাপকুৰ লগতে বিভিন্ন দল-সংগঠনৰ গৰিহনা। শীঘ্ৰে দোষীক গ্ৰেপ্তাৰৰ দাবী প্ৰতিটো দল-সংগঠনৰ।

    Majuli | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং