24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিজেপি কৰ্মীৰ গুণ্ডাগিৰি: সাংবাদিকক আক্ৰমণ কৰি ৰঙাঘৰৰ আলহী

    এইবাৰ সাংবাদিকক আক্ৰমণ কৰিলে বিজেপি কৰ্মীয়ে । উল্লেখ্য যে, ৰবিবাৰে হাটশিঙিমাৰীৰ এখন চৰকাৰী সভাত উপস্থিত আছিল মন্ত্ৰী নব কুমাৰ দলে । এই সভাতে বিজেপি কৰ্মীৰ গুণ্ডাগিৰি ।

    প্ৰথমে সাংবাদিকক সভাৰ দৃশ্যাংশ গ্ৰহণত বাধা আৰোপ কৰে আৰু পিছত শাৰীৰীকভাৱে আক্ৰমণ কৰে সাংবাদিক গৰাকীক ।

    সাংবাদিকক আক্ৰমণ কৰা বিজেপি কৰ্মী গৰাকীৰ নাম ৱাজেদ আলী ।

    সাংবাদিকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি ।


    অৱশেষক আৰক্ষীয়ে আটক কৰে বিজেপি কৰ্মী ৱাজেদ আলীক ।

    Photo credit : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং