22 C
Guwahati
Thursday, January 27, 2022
More

    অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ড- ১৪ নম্বৰ অপৰাধী আৰক্ষীৰ জালত

    অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ড- ১৪ নম্বৰ অপৰাধী আৰক্ষীৰ জালত

    অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ড- ১৪ নম্বৰ অপৰাধী আৰক্ষীৰ জালত। সেই বৰ্বৰ গণপ্ৰহাৰ আৰু হত্যাৰ ঘটনাৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে দেখা পোৱা এজন মটীয়া বৰণৰ ছাৰ্ট পৰিহিত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    মটীয়া বৰণৰ ছাৰ্ট পৰিহিত অপৰাধীত যোৰহাট আৰক্ষীয়ে চিনাক্ত কৰি যোৱা নিশা গ্ৰেপ্তাৰ কৰে। সেই অপৰাধী বৰ্বৰ হত্যাকাণ্ডৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ১৪ নম্বৰ অপৰাধী।

    সেই ১৪ নম্বৰ জন আৰোপীক গ্ৰেপ্তাৰ, যি জন যোৰহাটৰে বৰিগাঁৱৰ ১৮বৰ্ষীয় প্ৰিয়ংশু দাস ওৰফে তিলৌ বুলি চিনাক্ত হৈছে।

    যোৰহাট আৰক্ষীয়ে তিলৌ গ্ৰেপ্তাৰ হোৱাৰ খবৰ টুইটাৰ একাইণ্ট যোগে সদৰি কৰিছে। উল্লেখ্য যে, সেই হত্যাকাণ্ডৰ মূল অপৰাধী ক’লা ল’ৰা ওৰফে নিৰজ দাস ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ দুৰ্ঘটনাত পৰি মৃত্যু মুখত পৰিছে।

    আৰু পঢ়ক : পাষাণ পুত্ৰই ২০ দিন ধৰি ঘৰত তলা লগাই আৱদ্ধ কৰি ৰাখিলে বৃদ্ধা মাতৃক, ভোক-পিয়াহত মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং