মৰিগাঁৱত জেহাদী চক্ৰ উৎখাত, বাংলাদেশৰ জেহাদীৰ সৈতে সম্পৰ্ক আছিল আটকাধীনৰ

0
146

মৰিগাঁৱত জেহাদী চক্ৰ উৎখাত, বাংলাদেশৰ জেহাদীৰ সৈতে সম্পৰ্ক আছিল আটকাধীনৰ। আজি ২৮ জুলাই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হয় জেহাদী।

মৰিগাঁও জিলাৰ মৈৰাবাৰীত এই জেহাদী চক্ৰ উৎখাত । মুফটি মুস্তাফা নামৰ এজন জেহাদী লিংকমেন গ্ৰেপ্তাৰ আৰক্ষীৰ হাতত।

তথ্য অনুসৰি মুস্তাফাই চলাই আছিল জমিউল হুদা মাদ্ৰাছা । মুস্তাফাই জেহাদীৰ পৰা ধন লোৱাৰ অভিযোগ । তাৰোপৰি মুস্তাফাৰ বাংলাদেশৰ জেহাদী ৰ সৈতে সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে।

Input and Photo – Kishore Dekaraja