28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সান্ধ্য আইন ভংগ কৰি নিশা ১২ বজাত চেলুনত গৈ দাড়ি কটাত ব্যস্ত বিধায়ক জয়ন্ত মল্ল বৰুৱা

    সান্ধ্য আইন ভংগ কৰি নিশা ১২ বজাত চেলুনত গৈ দাড়ি কটাত ব্যস্ত বিধায়ক জয়ন্ত মল্ল বৰুৱা

    নিশা সান্ধ্য আইন ভংগ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।

    নিশা ১২ বজাত চেলুনত দাড়ি কটাত ব্যস্ত বিজেপিৰ বিধায়কগৰাকী।

    নিশাৰ কাৰ্ফিউ উলংঘা কৰি চেলুনৰ ছাটাৰ আধা খুলি দাড়ি-চুলি কটিলে জয়ন্ত মল্ল বৰুৱাই।

    উলুবাৰীৰৰ বি বৰুৱা ৰ’ড স্থিত “ৰাজু ৰিয়াজ” চেলুনত দাড়ি চুলি কাটিছিল জয়ন্ত মল্ল বৰুৱাই।

    সাংবাদিকৰ পৰা আঁতৰাৰ চেষ্টা চেলুনৰ স্বতাধিকাৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।।

    সাংবাদিকৰ সন্মুখৰ পৰা পলায়নৰ চেষ্টা নলবাৰীৰ বিধায়কজনৰ।

    আৰু পঢ়ক : চুলাই সেৱন কৰিবলৈ গৈ যুৱতীক ধৰ্ষণ কৰা যুৱকক ৰাইজে দিলে উত্তম-মাধ্যম; ভাইৰেল ভিডিঅ’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং