26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সমগ্ৰ বিশ্বতে বছৰত এসপ্তাহ লকডাউন দিয়াৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

    সমগ্ৰ বিশ্বতে বছৰত এসপ্তাহ লকডাউন দিয়াৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

    সমগ্ৰ বিশ্বতে বিশেষ চৰ্চাত থকা এগৰাকী ব্যক্তি হ’ল অসমৰ যাদৱ পায়ং। এইবাৰ অৰণ্য মানৱ যাদৱ পায়েঙে এক বিশেষ আহ্বান জনাইছে।

    প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষা কৰাৰ বাবে সমগ্ৰ বিশ্বত বছৰত এবাৰ লকডাউন দিয়াৰ বাবে বিশ্বৰ প্ৰতি খন দেশৰ নেতৃত্বলৈ আহ্বান জনায় যাদৱ পায়েঙে।

    বিগত বৰ্ষত ক’ভিডৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সমগ্ৰ বিশ্বত লকাডাউন দিয়া হৈছিল। সেই সময়ত প্ৰকৃতিত বহু যোগান্মক প্ৰভাৱ দেখা‌ দিছিল। গতিকে প্ৰকৃতিক জীপাল অধিক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যে এই আহ্বান জনাইছে যাদৱ পায়েঙে।

    অৰণ্য মানৱ গৰাকীয়ে বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিত্বৰ‌ লগতে ইউনেস্কোৰ ব্ৰেণ্ড এম্বাচাডৰৰ সন্মুখত এই প্ৰস্তাৱ দাঙি ধৰিছে।

    যদি অৰণ্য মানৱ যাদৱ পায়েঙৰ এই কথা মানি লয় তেন্তে প্ৰকৃতিৰ বাবে এয়া এটি ইতিবাচক খবৰ হ’ব ।

    আৰু পঢ়ক : ২০২৬ চনত অসমৰ মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰ ৰকিবুল হুছেইন! ক’লা হোৱা বাবে সভাপতি পদ নিদিয়ে ৰূপজ্যোতি কুৰ্মীক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং