যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমল পুনৰ ৰাইজৰ ৰোষত।
প্ৰতিশ্ৰুতি পালন নকৰাত ৰাইজে ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
যমুনামুখৰ নগঞাপাম পঞ্চায়তত নিশা ৰাইজৰ ৰোষত বিধায়ক গৰাকী ।
একাংশ নেতা পালিনেতাৰ হাতত সমষ্টি চমজাই দি বিদেশত থকাৰ অভিযোগ।
জনতাই ক্ষোভ উজাৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ পুত্ৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ ওপৰত ।
সমষ্টিৰ য’তেই গৈছে তাতেই ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে বিধায়ক আব্দুৰ ৰহিম আজমল ।
আচনিৰ ধন আত্মসাৎ আৰু প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে ।
ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’।
আৰু পঢ়ক : পত্নীৰ মুখত কাপোৰ সোমোৱাই ধৰ্ষণ কৰি অমানৱীয় অত্যাচাৰ সুৰাসক্ত স্বামীৰ