22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    যমুনামুখ সমষ্টিৰ বিধায়ক আজমল পুনৰ ৰাইজৰ ৰোষত! ভাইৰেল ভিডিঅ’

    যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমল পুনৰ ৰাইজৰ ৰোষত।

    প্ৰতিশ্ৰুতি পালন নকৰাত ৰাইজে ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

    যমুনামুখৰ নগঞাপাম পঞ্চায়তত নিশা ৰাইজৰ ৰোষত বিধায়ক গৰাকী ।

    একাংশ নেতা পালিনেতাৰ হাতত সমষ্টি চমজাই দি বিদেশত থকাৰ অভিযোগ।

    জনতাই ক্ষোভ উজাৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ পুত্ৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ ওপৰত ।

    সমষ্টিৰ য’তেই গৈছে তাতেই ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে বিধায়ক আব্দুৰ ৰহিম আজমল ।

    আচনিৰ ধন আত্মসাৎ আৰু প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে ।

    ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’।

    আৰু পঢ়ক : পত্নীৰ মুখত কাপোৰ সোমোৱাই ধৰ্ষণ কৰি অমানৱীয় অত্যাচাৰ সুৰাসক্ত স্বামীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    ন-কইনা সাজেৰে ৰাঙলী হ’ল মোহময়ী জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া

    ন-কইনা সাজেৰে ৰাঙলী হ'ল মোহময়ী জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া।দুয়োকে বহুতো মৰম আৰু আশীৰ্বাদেৰে উপচাই তুলিছে অনুৰাগীসকলে।