23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰয়াত অভিনেতা ইৰফান খানলৈ বিশেষ সন্মান! গ্ৰহণ কৰিলে পুত্ৰ বাবিলে

    প্ৰায় ১ বছৰেই হ’ব জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যুৰ। কিন্তু তেওঁ কৰি যোৱা ভাল কামৰ বাবে এতিয়াও স্মৰণ কৰা হয়। ইয়াৰ মাজতে ফ্লিমফেয়াৰৰ তৰফৰ পৰা ইৰফান খানে এক বিশেষ সন্মান প্ৰদান কৰা হৈছে। অভিনেতা জনৰ পুত্ৰ বাবিলে এই সন্মান গ্ৰহণ কৰে।

    https://www.instagram.com/tv/CNaPpZTKX_J/?utm_source=ig_embed

    ছচিয়েল মিডিয়াত তীব্ৰ গতিত এটি ভিডিঅ ভাইৰেল হৈছে। য’ত দেখা গৈছে বাবিলে তেওঁৰ পিতৃক মনত পেলাই কান্দিছে। যেতিয়া তেওঁক সন্মান গ্ৰহণ কৰিবলৈ মাতে তেতিয়া তেওঁ পিতৃক মনত পেলাই কান্দে আৰু কয় যে তেওঁ পিতৃক গৌৰৱান্বিত কৰিব।

    উল্লেখ্য যে, মঞ্চত ৰাজকুমাৰ ৰাও আৰু আয়ুস্মান খুৰানাই যেতিয়া ইৰফান খান সন্দৰ্ভত কয় তেতিয়াই সকলোৱে দুখ প্ৰকাশ কৰা দেখা যায়।

    আৰু পঢ়ক : দেশত কৰ’ণাৰ ভয়াবহতা! মৃতকক দিলে ভেকচিন, দ্বিতীয় ডোজ দিয়াৰ সময়তহে খোলোচা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং