
যোৰহাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। যোৰহাটৰ গড়মূৰৰ ডাম্পিং গ্ৰাউণ্ডত উদ্ধাৰ মৃতদেহটো। কোনো হৃদয়হীন লোকে নৱজাতকটিক পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পূৰ্বেও সেই একে স্থানতে উদ্ধাৰ হৈছিল নৱজাতকৰ মৃতদেহ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় নৱজাতকটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Input: Rituraj Phukan
Photo credit: odishastory.com