24 C
Guwahati
Friday, December 3, 2021
More

    প্ৰতিস্থাপন উৰ্বৰতাৰ হাৰৰো তললৈ নামিল ভাৰতৰ উৰ্বৰতাৰ হাৰ

    ভাৰতৰ মুঠ উৰ্বৰতাৰ হাৰ(টিএফআৰ)প্ৰতিস্থাপন উৰ্বৰতাৰ হাৰৰো তললৈ নামিছে।

    ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিভাগৰ মতে, যিবোৰ দেশত প্ৰতিগৰাকী মহিলাই ২.১ গৰাকী শিশুটকৈ তলত সন্তান জন্ম দিয়ে সেইবোৰ দেশৰ প্ৰজন্মই প্ৰয়োজনীয় সন্তান জন্ম দিব নোৱাৰাটো বুজায়।

    সেইবাবে ২.১ হাৰক উৰ্বৰতাৰ ক্ষেত্ৰত প্ৰতিস্থাপন হাৰ হিচাপে গণ্য কৰা হয়।

    ২০১৫-২০১৬ চনত ভাৰতৰ উৰ্বৰতাৰ হাৰ আছিল ২.২ আৰু বৰ্তমান সেই উৰ্বৰতাৰ হাৰ হ্ৰাস পাই ২.০ লৈ অৱনমিত হৈছে।

    ভাৰতৰ ভিতৰত বিহাৰ আৰু মেঘালয়ত উৰ্বৰতাৰ হাৰ সৰ্বাধিক হোৱাৰ বিপৰীতে পশ্চিমবংগ আৰু পঞ্জাৱ এই তালিকাৰ নিম্নস্থানত আছে।

    আৰু পঢ়ক : ”BSF ৰ গুলীত মৃত্যু হয় দৰিদ্ৰ জনতাৰ” মমতা বেনাৰ্জীৰ বিতৰ্কিত মন্তব্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং