26 C
Guwahati
Thursday, September 16, 2021
More

    উত্তৰ পূবৰ খেলুৱৈৰ সফলতা, টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ জয় কৰিলে প্ৰথমটো পদক

    উত্তৰ পূবৰ খেলুৱৈৰ সফলতা, টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ জয় কৰিলে প্ৰথমটো পদক

    গ্লৰি শনিবাৰ, ভাৰতে জয় কৰিলে প্ৰথমটো পদক। টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক জয় কৰিলে উত্তৰ পূৱৰ খেলুৱৈ মিৰাবাই চানুৱে।

    ভাৰত্তোলনত ১০.২০ বজাত ৪৯ কেজি শাখাত ভাৰতৰ হৈ পদক যুঁজত অৱতীৰ্ণ হৈ ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়। মণিপুৰৰ বাসিন্দা মিৰাবাই চানু কৰ্মসূত্ৰে অসমৰ।

    গুৱাহাটী ৰেলৱে ষ্টেচনত কৰ্মৰত আছিল মিৰাবাই চানু। প্ৰথমটো ৰূপৰ পদকেৰে অলিম্পিকৰ পদকৰ জোলোঙা খুলিলে ভাৰতে।

    মিৰাবাইৰ সফলতাত উৎফুল্লিত সমগ্ৰ দেশবাসী। ২৪ জুলাইৰ পুৱাই ভাৰতবাসীক দিয়ে সুখবৰ।

    আৰু পঢ়ক : এইবাৰ ৰাজ্যত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ! আক্ৰান্ত ১৬ গৰাকী, এজনৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং