কৰ’ণাত আক্ৰান্ত ইণ্ডিয়ান আইড’লৰ ঘোষক তথা কণ্ঠশিল্পী আদিত্য নাৰায়ণ আৰু তেওঁৰ পত্নী
দেশজুৰি কৰ’ণাৰ দ্বিতীয়টো ঢৌ। কৰ’ণাত আক্ৰান্ত ইণ্ডিয়ান আইড’লৰ ঘোষক তথা কণ্ঠশিল্পী আদিত্য নাৰায়ণ আৰু তেওঁৰ পত্নী।
সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিলে আদিত্য নাৰায়ণে। “মই আৰু মোৰ পত্নী শ্ৰেতা আগৰৱাল ক’ভিড ১৯ ত আক্ৰান্ত।”
লগতে অনুৰাগীসকলকো সুৰক্ষিত থাকিবলৈ আহ্বান জনায়। লগতে তেওঁলোকৰ যোৱা ক্ৰিউৰ সদস্যসকলকো ক’ভিড টেষ্ট কৰিবলৈ আহ্বান জনায়।
আৰু পঢ়ক : কামৰূপ মহানগৰ জিলাত জব্দ পাঁচ কোটিতকৈ অধিক টকা মূল্যৰ সুৰা