29 C
Guwahati
Wednesday, October 13, 2021
More

    ফটোত থকা তিনিগৰাকী কনমানিৰ এগৰাকী বৰ্তমানে ভাৰতীয় চিনেমা জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, চিনি পাইছে নে…

    ফটোত থকা তিনিগৰাকী কনমানিৰ এগৰাকী বৰ্তমানে ভাৰতীয় চিনেমা জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, চিনি পাইছে নে…

    সদ্যহতে ভাৰতীয় ছবিজগতৰ এগৰাকী আগশাৰীৰ অন্য়তম জনপ্ৰিয় অভিনেত্ৰীয়ে সৰু কালৰ এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। যি ফটো শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।

    ফটো দেখি সহজে ধৰিব পৰা টান কোন সেই অভিনেত্ৰীগৰাকী। ফটোত দেখা তিনিগৰাকী কনমানিৰ মাজৰগৰাকী হৈছে অন্যতম সফল অভিনেত্ৰী তাপসী পান্নু।

    তাপসীয়ে সদ্যহতে ইনষ্টাগ্ৰাম একাউণ্ট যোগে শ্বেয়াৰ কৰে সৰু কালৰ সেই বিশেষ ফটোখন। যি ফটোত কোনো এক প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰষ্কিত কৰি থকা হৈছে।

    যি প্ৰতিযোগিতাত তাপসী প্ৰথম স্থান লাভ কৰিছিল। স্কুলীয়া সাজতেই দেখা গৈছে তপসীক। ফটোখন শ্বেয়াৰ কৰি তাপসীয়ে লিখিছে- ‘বহুত জোৰে দৌৰে…সৰু কালৰে পৰা’।

    আৰু পঢ়ক :  পান-মছলাৰ বিজ্ঞাপনত অভিনয় কৰাৰ সম্পৰ্কত উত্তৰ দিলে অমিতাভ বচ্চনে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং