আজি দেশলৈ কোহলী বাহিনীৰ উপহাৰ; নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন মেচত জয় লাভ

খেলখনৰ টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়

0
27
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণা, স্থান লাভ কৰিলে এইজন প্ৰতিভাৱান

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত T-20ৰ ৫খন মেচৰ শৃংখলাৰ দ্বিতীয়খন মেচত আজি ভাৰতে জয়লাভ কৰে। অকলেণ্ডৰ হাই স্ক’ৰিং ইডেন পার্কত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতে নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ ৰে অগ্ৰগতি লাভ কৰে ।

খেলখনৰ টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ভাৰতক ১৩৩ ৰানৰ লক্ষ্য বান্ধি দিয়ে । ভাৰতে মাত্ৰ ১৭.৩ অভাৰত ৩ টা উইকেট হেৰুৱাই এই লক্ষ্য অতিক্ৰম কৰি জয় সাব্যস্ত কৰে । ৫০টা বলত ৫৭ ৰাণ কৰি অপৰাজিত থকা কে এল ৰাহুলক খেলৰ শেষত ‘মেন অৱ দ্যা মেচ’ৰ সন্মান প্ৰদান কৰা হয়।

Photo Credit:dnaindia.com