23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভাৰতে লাভ কৰিলে তৃতীয়টো কৰ’ণা ভেকচিন,ৰাছিয়াৰ SPUTNIK V লাভ কৰিলে মঞ্জুৰী…

      ভাৰতে লাভ কৰিলে তৃতীয়টো কৰ’ণা ভেকচিন,ৰাছিয়াৰ SPUTNIK V লাভ কৰিলে মঞ্জুৰী…

    দেশত পুনৰ আৰম্ভ হৈছে কৰ’ণাৰ ত্ৰাস। ইয়াৰ মাজতে দেশক আৰু এটা ভেকচিনে কিছু সকাহ দিয়ে। ৰাছিয়াৰ এটি ভেকচিন ভাৰতত জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰাত মঞ্জুৰী লাভ কৰে।

    মঙলবাৰে ক’ভিড ৰোধী টিকা স্পুটনিক-ভি (SPUTNIK V) ক ভাৰতৰ ডি জি চি আই (Drug Controller General of India) য়ে মঞ্জুৰী প্ৰদনা কৰে।ড্ৰাগত কন্ট্ৰোল অফ ইণ্ডিয়াৰ বি জি সোমানীয়ে ইয়াক মঞ্জুৰী প্ৰদান কৰে।

    দেশত জৰুৰীকালীন সময়ত  এই ভেকচিন ব্যৱহাৰ কৰা হ’ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেশত নিৰ্মাণ হোৱা ২ টা ভেকচিনে মঞ্জুৰী লাভ কৰিছিল।অৰ্থাত কৰ’ণাৰ বিৰুদ্ধে তৃতীয়টো ভেকচিন SPUTNIK V এতিয়া ভাৰতৰ ওচৰত আছে। ৰাছিয়াৰ  SPUTNIK V য়ে মঞ্জুৰী লাভ কৰা ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ।

    আৰু পঢ়ক : কৰ’ণাত আক্ৰান্ত প্ৰধান শিক্ষক, ১০ দিনৰ বাবে বন্ধ দিলে বিদ্যালয়…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং