তৃতীয় T20 ত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ী ভাৰত, কিমান ৰানত জয়ী হ’ল জানেনে…

0
6830

তৃতীয় T20 ত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ী ভাৰত, কিমান ৰানত জয়ী হ’ল জানেনে…

নিউজিলেণ্ডৰ বিৰুদ্ধে T-20 শৃংখলা দখল কৰে ভাৰতে।তৃতীয় T-20ত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬৮ ৰানত জয়ী হয় টীম ইণ্ডিয়া।

নিউজিলেণ্ডৰ সন্মুখত ২৩৫ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে।প্রত্যুত্তৰত ৬৬ ৰানতে স্তব্ধ নিউজিলেণ্ডৰ ইনিংছ।

ভাৰতৰ হৈ শুভমন গীলে সংগ্রহ কৰে ১২৬ ৰান।মেনদ্যমেচৰ সন্মান শুভমন গীললৈ।