অপেক্ষাৰ অন্ত পৰিল! ৩ বছৰ ৪ মাহৰ পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টত ২৮ সংখ্যক টেষ্ট শতক অৰ্জন কৰিছে বিৰাট কোহলীয়ে…

0
2020

অপেক্ষাৰ অন্ত পৰিল! ৩ বছৰ ৪ মাহৰ পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টত ২৮ সংখ্যক টেষ্ট শতক অৰ্জন কৰিছে বিৰাট কোহলীয়ে…

অৱশ্যে সম্পূৰ্ণ শৃংখলাটোত ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰত। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ বিশাল ৪৮০ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে চতুৰ্থ দিনা বাতৰি লিখা পৰলৈ সংগ্ৰহ কৰে ৪১৯ ৰান।

ভাৰতে এই শক্তিশালী স্ক’ৰ থিয় কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে শুবমন গীল আৰু বিৰাট কোহলীৰ বিষ্ফোৰক শতকে। যেন প্ৰাণহীন উইকেটত ছন্দ লাভ কৰিলে দুয়োগৰাকী বেটছমেনে।

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ বিশাল ৪৮০ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে চতুৰ্থ দিনা বাতৰি লিখা পৰলৈ সংগ্ৰহ কৰে ৪১৯ ৰান। ভাৰতে এই শক্তিশালী স্ক’ৰ থিয় কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে শুবমন গীল আৰু বিৰাট কোহলীৰ বিষ্ফোৰক শতকে। যেন প্ৰাণহীন উইকেটত ছন্দ লাভ কৰিলে দুয়োগৰাকী বেটছমেনে।