29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰণাৰ বিভিষীকাৰ মাজতে এনে এখন দেশ, য’ত মৃত্যুৰ সংখ্যা কেৱল ১

    কৰণাৰ বিভিষীকাময় পৰিস্থিতিৰ কথা নতুনকৈ কব লগা একো নাই। সকলোৱে নিতৌ দেখিছে ইয়াৰ ভয়াবহতা। প্ৰথম ঢৌৰ পৰা দ্বিতীয় ঢৌত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই হেৰুৱালে লাখ লাখ লোক।

    কৰ’ণাই বিশেষকৈ কেইখনমান দেশত যেন মৃত্যুৰ কিৰিলি হে পাৰিছে। পিছে এই সকলোবোৰৰ বিপৰীতে এখন দেশৰ এনে এক ছবি পোহৰলৈ আহিছে যি ছবিয়ে সকলো লোককে কিছু সময়ৰ বাবে হলেও ভাবিবলৈ বাধ্য কৰাইছে।

    এখন দেশত কৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা কেৱল ১। তাকো সেই দেশ খন হৈছে লাখ লাখ লোতে কৰণাত প্ৰাণ হেৰুৱা ভাৰতৰে চুবুৰীয়া দেশ ভূটান।

    হিমালয়ৰ এইখন দেশত কৰ’ণাই বিশেষ হানি বিঘিনি কৰিব পৰা নাই। কিয়নো দেশখনৰ সকলো লোকেই কৰণাৰ ক্ষেত্ৰত অধিক সতৰ্ক।

    কৰ’ণাৰ বিভিষীকা আৰম্ভ হোৱাৰে পৰা দেশ খনত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা ১ জন হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ১২২১ গৰাকী ।

    উল্লেখ্য যে, ভাৰতৰ চুবুৰীয়া দেশ খনত চিকিৎসকৰ সংখ্যা ৩৩৭ গৰাকী আৰু স্বাস্থ্য কৰ্মী ৩ হাজাৰ।

    আৰু পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনা, বাহন উফৰি গৈ লাগি ধৰে বাঁহ গছত, থিতাতে এজনৰ কৰুণ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং