25.2 C
Guwahati
Sunday, June 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰে’লত যাত্ৰা কৰিবলগীয়া সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, এখন বিশেষ কাগজ নোহোৱাকৈ কৰিব নোৱাৰিব যাত্ৰা

    ৰে’লত যাত্ৰা কৰিবলগীয়া সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, এখন বিশেষ কাগজ নোহোৱাকৈ কৰিব নোৱাৰিব যাত্ৰা

    ৰে’ল যাত্ৰী সকলৰ বাবে কৰণাৰ নিগেটিভ অহা ৰিপৰ্ট কোনো কোনো ৰাজ্যত প্ৰয়োজনীয় আৰু কোনো কোনো ঠাইত বৰ্তমানেও ইয়াক কাৰ্যকৰী কৰা নাই বা বাধ্যতামূলক কৰা নাই পিছে ইয়াৰ মাজতে অনতি পলমে দেশৰ ৰেল বিভাগে এক বিশেষ সিদ্ধান্ত লোৱাৰ দিশে অগ্ৰসৰ হৈছে।

    ৰে’লত যাত্ৰা কৰিবলগীয়া যাত্ৰী সকলে নিজৰ লগত ৰাখিব কৰণা ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ। সেই প্ৰমাণ পত্ৰ বা অনলাইনত থকা প্ৰমাণ বাধ্যতামূলক কৰা হব। কৰ’ণাৰ প্ৰকোপ হ্ৰাস পালেও বাধ্যতামূলক হব ভেকচিনৰ প্ৰমাণ পত্ৰ।

    এই সিদ্ধান্ত লোৱাৰ কাৰণ এইয়ে যে, যাতে ভাৰতবৰ্ষৰ দৰে এখন দেশত য’ত ৰে’ল যাত্ৰা কৰোতাৰ সংখ্যা অধিক সেই দেশৰ লোকে যাতে সকলোৱে ভেকচিন গ্ৰহণ কৰে।

    ভেকচিন প্ৰদানেই মূল লক্ষ্য হিচাপে লৈ এই সিদ্ধান্তৰ দিশে অগ্ৰসৰ হোৱা বুলি এক তথ্যত সদৰি, অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই ৰে’ল বিভাগৰ ফালৰ পৰা।

    আৰু পঢ়ক : এজনে কৰিছিল ধৰ্ষণ আনজনে দিছিল পহৰা, ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে কান্দি কান্দি ক’লে ছাৰৰ কু-কৰ্ম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং