19 C
Guwahati
Monday, December 6, 2021
More

    পেট্ৰল-ডিজেল ডিপু বন্ধৰ সিদ্ধান্তৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক…

    পেট্ৰল-ডিজেল ডিপু বন্ধৰ সিদ্ধান্তৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক। কামৰূপ জিলা উপায়ুক্তৰ সৈতে পেট্ৰল-ডিজেল এছোচিয়েছনৰ মাজত এই বৈঠক অনুষ্ঠিত হয়।

    এছ’চিয়েছনে লোৱা ২২ ৰ পৰা ২৪ অক্টোবৰ পেট্ৰল-ডিজেল ডিপু বন্ধৰ সিদ্ধান্তৰ সন্দৰ্ভত এই বৈঠক। কামৰূপ জিলা উপায়ুক্তৰ সৈতে পেট্ৰল-ডিজেল এছোচিয়েছনৰ বৈঠকৰ বৃহৎ সিদ্ধান্ত।

    এছ’চিয়েছনে লোৱা ২২ ৰ পৰা ২৪ অক্টোবৰ পেট্ৰল-ডিজেল ডিপু বন্ধৰ সিদ্ধান্তৰ প্ৰত্যাহাৰ। অতি শীঘ্ৰে সকলো সমস্যা সমাধান কৰাৰ আশ্বাস উপায়ুক্তৰ।

    ১০ টা দাবীৰ ৬ ৰ পৰা ৭ টা দাবী মানি লৈছে চৰকাৰে। তিনি ঘণ্টাজোৰা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। কাইলৈৰ পৰা বন্ধ নহয় তেলৰ ডিপু।

    এই সিদ্ধান্ত পেট্ৰলিয়াম এছ’চিয়েছন আৰু তেল কোম্পানীৰ। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লগত পেট্ৰল-ডিজেল এছ’চিয়েছন আৰু তেল কোম্পানীৰ সৈতে বৈঠকত এই সিদ্ধান্ত।

    নৰ্থইষ্ট পেট্ৰ’লিয়াম ডিলাৰ এছোছিয়েছ্যন গ্ৰেটাৰ গুৱাহাটীয়ে দুদিনীয়াকৈ আহ্বান কৰিছিল পেট্ৰ’ল পাম্প বন্ধৰ। বৈঠকৰ শেষত দুদিনীয়া বন্ধ প্ৰত্যাহাৰ বুলি ঘোষণা উপায়ুক্ত বিশ্বজিৎ পেগুৰ।

    আৰু পঢ়ক : নুমলীগড়ত চাঞ্চল্য! বাইকেৰে আহি থকা দুই ছাত্ৰক প্ৰায় ২০ জনীয়া দল এটাই উপৰ্যুপৰি আক্ৰমণ,কাৰণ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং