34 C
Guwahati
Friday, August 5, 2022
More

    বিশ্বনাথত নৃশংস হত্যাকাণ্ড ! স্বামীয়ে হত্যা কৰিলে পত্নীক

    বিশ্বনাথত নৃশংস হত্যাকাণ্ড ! স্বামীয়ে হত্যা কৰিলে পত্নীক

    বিশ্বনাথৰ উত্তৰ মিজিকাজানত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ স্বামীয়ে হত্যা কৰিলে পত্নীক ৷জানিব পৰা মতে হত্যাকাৰী জনৰ নাম মুকুল তাঁতী।

    শোকুৰবাৰে স্বামী মুকুল তাঁতীয়ে নিজৰ পত্নী অঞ্জলি তাঁতীক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ পাৰিবাৰিক কণ্ডলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে ৷

    ঘটনাস্থলীত জিনজিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰাৰ লগতে হত্যাকাৰী মুকুল তাঁতীক আটক কৰিছে ৷

    Input and photo-Chayanika Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং