বিশ্বনাথত নৃশংস হত্যাকাণ্ড ! স্বামীয়ে হত্যা কৰিলে পত্নীক
বিশ্বনাথৰ উত্তৰ মিজিকাজানত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ স্বামীয়ে হত্যা কৰিলে পত্নীক ৷জানিব পৰা মতে হত্যাকাৰী জনৰ নাম মুকুল তাঁতী।
শোকুৰবাৰে স্বামী মুকুল তাঁতীয়ে নিজৰ পত্নী অঞ্জলি তাঁতীক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ পাৰিবাৰিক কণ্ডলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে ৷
ঘটনাস্থলীত জিনজিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰাৰ লগতে হত্যাকাৰী মুকুল তাঁতীক আটক কৰিছে ৷
Input and photo-Chayanika Deka