32 C
Guwahati
Friday, October 15, 2021
More

    পত্নী ব্যস্ত আছিল ফেচবুকত, অন্য পুৰুষৰ লগত কথা পাতি থকাৰ সন্দেহত স্বামীয়ে কৰিলে ভয়ংকৰ কাণ্ড…

    পত্নী ব্যস্ত আছিল ফেচবুকত, অন্য পুৰুষৰ লগত কথা পাতি থকাৰ সন্দেহত স্বামীয়ে কৰিলে ভয়ংকৰ কাণ্ড…

    আজিকালি একাংশৰ মাজত বৃদ্ধি পাইছে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ। ইয়াৰ মাজতে ফেচবুকৰ বাবে নিজৰ পত্নীক হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।

    দৰাচলতে স্বামীয়ে সন্দেহ কৰিছিল যে তেওঁৰ পত্নীয়ে ফেচবুকৰ জৰয়তে অন্য পুৰুষৰ লগত কথা পাতে। সেইবাবে স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক।

    এই ঘটনা পশ্চিম বংগৰ আৰু ৰবিবাৰে সংঘটিত হয় এই ঘটনা। হুগলী জিলাৰ চন্দন নগৰ নামৰ অঞ্চলৰ নিবাসী ৰিন্টু দাসে তেওঁৰ পত্নী পল্লবী দাসক ডিঙি চেপি হত্যা কৰে কিয়নো পত্নী ফেচবুকত ব্যস্ত আছিল।

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ’ম পোৱাৰ পিছতেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰে।ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিন্টু দাসক।

    ৰিন্টু দাসৰ ভাতৃয়ে কয় যে তেওঁ বৌয়েক ভাল শান্ত স্বভাৱৰ আছিল কিন্তু ৰিন্টু দাসে প্ৰায়ই তেওঁক মাৰপিট কৰিছিল।

    আৰু পঢ়ক : প্ৰেমিকৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰি টুকুৰা-টুকুৰ কৰে মহিলাই, পিছত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং