22 C
Guwahati
Thursday, January 20, 2022
More

    বিহুৰ উছাহৰ মাজতে মহানগৰীত নৃশংস হত্যাকাণ্ড, স্বামী আৰু পৰিয়ালৰ লোকে হত্যা কৰিলে মহিলাক

    বিহুৰ উছাহৰ মাজতে মহানগৰীত নৃশংস হত্যাকাণ্ড, স্বামী আৰু পৰিয়ালৰ লোকে হত্যা কৰিলে মহিলাক

    বিহুৰ উছাহৰ মাজতেই মহানগৰীৰ হাতীগাঁৱত নৃশংস হত্যাকাণ্ড। স্বামী আৰু পৰিয়ালৰ হাতত প্ৰাণ গ’ল পত্নীৰ। প্ৰতিমা বেগম ওৰফে দিলোৱাৰাক ডিঙি চেপি হত্যা কৰিলে স্বামী ৰূপচান আৰু পৰিয়ালৰ সদস্যই।বুধবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ড।

    ইতিমধ্যে হাতীগাওঁ আৰক্ষীয়ে পৰিয়ালৰ আটাইকেইজনক গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ দিছ্পুৰ হস্পিতালত ভৰ্তি কৰি নাটক ৰচিছিল অভিযুক্তই।

    অভিযোগ অনুসৰি যৌতুক বিচাৰি মহিলা গৰাকীক অত্যাচাৰ কৰিছিল স্বামীৰ পৰিয়ালৰ লোকে। আনহাতে ছোৱালী আৰু ল’ৰা দুয়োৰে উপযুক্ত বিয়াৰ বয়স হোৱা নাছিল বুলি অভিযোগ একাংশৰ ।

    আৰু পঢ়ক : মাতৃ দুগ্ধতো থাকে নেকি ক’ভিড ভাইৰাছ? কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং