21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পত্নীৰ মুখত কাপোৰ সোমোৱাই ধৰ্ষণ কৰি অমানৱীয় অত্যাচাৰ সুৰাসক্ত স্বামীৰ

    পত্নীৰ ওপৰত অমানৱীয় অত্যাচাৰ স্বামীৰ। পত্নীৰ মুখত কাপোৰ সোমোৱাই অমানৱীয় অত্যাচাৰ সুৰাসক্ত স্বামীৰ।

    উত্তৰ প্ৰদেশৰ কৌশাম্বীত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা।নিশা স্বামীয়ে সুৰাপান কৰি আহি পত্নীক প্ৰথমে মাৰপিট কৰে পিছত জোৰ জবৰদস্তি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। ইয়াতে ক্ষান্ত নাথাকি পত্নীৰ যৌনাংগত লোৰ ৰড সোমোৱাই দিয়ে।

    ফলত পত্নীৰ অতিপাত ৰক্তক্ষৰণ হোৱা দেখি পত্নীৰ মৃত্যু হোৱা বুলি ভাবি জংঘলত পেলাই থৈ আহে।

    ইফালে ভুক্তভোগীগৰাকীৰ পৰিয়ালৰ লোকে কন্যাক বিচাৰি গাঁৱৰ লোকে কোৱা অনুসৰি জংঘলৰ পিনে যায়। তেজেৰে লুটুৰি পুটুৰি অৱস্থাত বোৱাৰীগৰাকীক পৰিয়ালৰ লোকে হাস্পতালত ভৰ্তি কৰে।

    পৰিয়ালৰ লোকে স্বামী, জেঠাল আৰু শহুৰেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইফালে আৰক্ষীয়ে এইয়া স্বামী-স্ত্ৰীৰ মাজৰ বিবাদ বুলি টুলুঙা মন্তব্য কৰে।

    আৰু পঢ়ক : লজ্জাজনক! ৬২ বছৰীয়া সাংসদে বিয়া কৰালে ১৪ বছৰীয়া কিশোৰীক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং