27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বহিঃৰাজ্যত বিক্ৰী যোৱা অসমৰ ৯ গৰাকী যুৱতী অৱশেষত সুকলমে উপস্থিত নিজগৃহত, দুই দেহ ব্যৱসায়ী অভিযুক্তকো আটক

    বহিঃৰাজ্যত বিক্ৰী যোৱা অসমৰ ৯ গৰাকী যুৱতী অৱশেষত সুকলমে উপস্থিত নিজগৃহত, দুই দেহ ব্যৱসায়ী অভিযুক্তকো আটক। হোজাই জিলা আৰক্ষী প্ৰশাসনৰ বৃহৎ সাফল্য।

    নাৰীদেহ ব্যৱসায়ী চক্ৰৰ হাতত বহিঃৰাজ্যত বিক্ৰী হোৱা ৯ গৰাকী অসমৰ যুৱতী অৱশেষত অজি আহি উপস্থিত হ’ল অসমত। বিক্ৰী হোৱা ৯ গৰাকী যুৱতী সহ আৰক্ষীৰ দলে কেৰালাৰ পৰা আজি আহি উপস্থিত হয় লংকা আৰক্ষী থানাত।

    দেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰা উক্ত ঘটনাৰ মূল অভিযুক্ত মফজুল হক আৰু ৰকবুল হুছেইনকো কেৰালাৰ পৰা লৈ আনে লংকা আৰক্ষী থানাত।

    দুই অভিযুক্তক লংকা আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত লংকা আৰক্ষীৰ। কেৰালাৰ পৰা উদ্ধাৰ কৰা ৯ গৰকী যুৱতীক বৰ্তমান Doboka Women Shelter Home ত ৰখা হৈছে।

    Input and Photo – Biswajit Chakrabarty

    আৰু পঢ়ক : অসমতো নিৰ্মাণ হৈ আছে আযোধ্যাৰ দৰে ৰাম মন্দিৰ, উদ্দেশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং