মেট্রিকৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল প্রসংগ! ঘটনা সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ CIDৰ…

0
1323

মেট্রিকৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল প্রসংগ!
ঘটনা সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ CIDৰ…

গ্রেপ্তাৰ কৰা হয় শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁইক। গ্রেপ্তাৰ শিক্ষক হেৰম্ব কুমাৰ দাস, চালক বিন্দেশ্বৰ টুমুঙক

নিশা পাণবজাৰ থানাত ৰখা হয় শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁইক। CID থানাত ৰখা হৈছে আন দুগৰাকী অভিযুক্তক। এতিয়াও গ্রেপ্তাৰ হোৱা নাই চিত্র ৰয়

উল্লেখ্য যে, চিত্র ৰয়ক সোধা-পোছা অব্যাহত CIDৰ। চিত্র ৰয় আৰু জ্যোতিৰেখাৰ ভাষ্যৰ মিল পোৱা নাই CID-য়ে।