26 C
Guwahati
Thursday, September 16, 2021
More

    অপেক্ষাৰ অন্ত, বিশেষ মূল্যায়নৰ ভিত্তিত আজি ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল,

    অপেক্ষাৰ অন্ত, বিশেষ মূল্যায়নৰ ভিত্তিত আজি ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল,

    আজি অৰ্থাৎ ৩০ জুলাইত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ দ্বাৰা।

    আজি দিনৰ ১১ বজাত ডিজিটেল মাধ্যমত প্ৰকাশ পাব এই ফলাফল। ছাত্ৰ ছাত্ৰী সকলে এছ এম এছৰ জৰিয়তে ও লাভ কৰিব ফলাফল।

    আনহাতে পৰীক্ষা কেন্দ্ৰলৈ ছেবাই পি‌ডিএফো পঠাব। কভিডৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিয়েই এইবাৰ বাতিল কৰা হৈছিল পৰীক্ষা সমূহ।

    বিশেষ মূল্যায়নৰ ভিত্তিত ঘোষণা হ’ব ফলাফল। অৱশ্যে কোনো ছাত্ৰ ছাত্ৰী‌ ফলাফলক লৈ‌ অসন্তুষ্ট হ’লে পৰীক্ষাত‌ বহিব পাৰিব।।

    উল্লেখ্য যে, নৱম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পৰা ৪০ শতাংশ, দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পৰা ৪০ শতাংশ আৰু বাকী ২০ শতাংশ নম্বৰ উপস্থিতি আৰু এছাইন্টমেন্টৰ পৰা লৈ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব।

    আৰু পঢ়ক : পৰিস্থিতি অশান্ত : অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ অনুৰোধ ৰাজ্য চৰকাৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং