23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অৱশেষত সিদ্ধান্ত, পুনৰ পিছুৱালে মেট্ৰিক পৰীক্ষা, জনালে ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে

    অৱশেষত সিদ্ধান্ত, পুনৰ পিছুৱালে মেট্ৰিক পৰীক্ষা। কভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষাৰ দিন। লগতে পিছুৱালে হাইমাদ্ৰাছা পৰীক্ষা।

    ১১মে’ৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল । আনহাতে স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰিহে পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰিব ছেবাই। এই গুৰুত্বপূৰ্ণ কথা সদৰি কৰিলে ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

    উল্লেখ্য যে , কৰণাৰ বাবেই ফেব্ৰুৱাৰীৰ সলনি মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা। পিছে মাৰ্চৰ সলনি পিছত মে’ মাহৰ ১১ তাৰিখৰ পৰাহে পৰীক্ষাৰ সময়সূচী সদৰি কৰিছিল।

    পিছে পুনৰ ৰাজ্যত কৰণাই গা কৰি উঠি দিনে দিনে অধিক সংক্ৰমণৰ ঘটনা বৃদ্ধি কৰাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰাত আজি ৪ মে’ তাৰিখে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰি ছেবা বৰ্ডে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং