23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মেট্ৰিক পৰীক্ষাৰ পিছত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও স্থগিত

    কভিডৰ বাবে এটাৰ পিছত এটাকৈ পৰীক্ষা পিছুৱাই আছে। মেট্ৰিক আৰু হাই মাড্ৰাছা পৰীক্ষা পিছুৱাৰ পিছত এইবাৰ দ্বাদশ শ্ৰেণী তথা হায়াৰ চেকেণ্ডাৰীও পিছুৱাৰ খবৰ।

    অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে(HSLC) এক জাননি যোগে সদৰি কৰে এই কথা।

    উল্লেখ্য যে, মেট্ৰিকৰ লগতে হায়াৰ চেকেণ্ডাৰী পৰীক্ষাও ১১ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

    আৰু পঢ়ক : অবৈধ কাঠ পৰিবাহী ট্ৰাকে মহতিয়াই নিলে এজনী ৫ বছৰীয়া কণমানিক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং