27 C
Guwahati
Thursday, September 29, 2022
More

    এই এবিধ খাদ্য পৰিহাৰ কৰক, চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰক

    এই এবিধ খাদ্য পৰিহাৰ কৰক, চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰক

    চুলি সৰা সমস্যা বৰ্তমান সময়ত প্ৰায় সকলো লোকৰে। সেয়া লাগিলে পুৰুষে হওক কিম্বা মহিলা। আধুনিক জীৱন যাপনৰ পদ্ধতিৰ বাবে আজিকালি শিশুবোৰৰো চুলি সৰা সমস্যা থকা দেখা যায়।

    যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে বিভিন্ন উপায় অৱলম্বন কৰে। কোনোৱে চেম্পু, কণ্ডিচনাৰ, চিৰাম আদি সলনি কৰে। কোনোৱে ঘৰুৱা পদ্ধতিৰে চুলি সৰা হ্ৰাস কৰিবলৈ চেষ্টা কৰে।

    পাছে এবিধ খাদ্যই হে প্ৰধানকৈ এই সমস্যা আনে। যি খাদ্য প্ৰায় সকল লোকেই খায়।

    সদ্যহতে এগৰাকী চিকিৎসকে সদৰি কৰা অনুসৰি চুলি সৰাৰ প্ৰধান কাৰণ পুৱাৰ খাদ্য। পুৱাৰ খাদ্য হিচাপে চাহ আৰু কফি সেৱনৰ বাবেই চুলি সৰা সমস্যা আহে।

    চাহ আৰু কফিত তথা তত্বই শৰীৰৰ আইৰন লেভেলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। যাৰ ফলতে চুলি দূৰ্বল হৈ সৰিবলৈ ধৰে।

    চিকিৎসক গৰাকীয়ে কোৱা অনুসৰি, প্ৰতিদিনে ১০০ৰ পৰা ১৫০ চুলি সৰাটো সাধাৰণ কথা। কিন্তু তাতোকৈ অধিক হলে সেয়া এক সমস্যা হৈ পৰে।

    কফিত ৪.৬ টেনিন থাকে, লগতে চাহত ১১.২ শতাংশ টেনিন থাকে। যিয়ে আইৰন লেভেল হ্ৰাস কৰি দিয়ে।

    আৰু পঢ়ক : শিহৰণকাৰী দৃশ্য, ট্ৰেইন ট্ৰেকত বহি মোবাইলত কথা পাতি আছিল যুৱতী, ওপৰেৰে পাৰ হৈ যায় ট্ৰেইন…ভাইৰেল ভিডিঅ’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং