23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কোভিড ৰোগীৰ বাবে সাজু হাস্পতাল- ৫০ খন নতুন বিচনা সংযুক্ত

    কোভিড ৰোগীৰ বাবে সাজু হাস্পতাল- ৫০ খন নতুন বিচনা সংযুক্ত

    দেশৰ ৰাজধানী দিল্লীত বৰ্তমানে কৰণা ৰোগীৰ বাবে আইচিউত বিচনাৰ হাহকাৰ। ১০০ খনত কৈয়ো বিচনা ৰৈছেগৈ এতিয়া। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিছে অৰবিন্দ কেজৰিৱালে। কিন্তু ইয়াৰ বিপৰীতে পূৰ্বেই সাজু হৈছে অসমৰ শিঙিমাৰী অঞ্চল।

    শিঙিমাৰী দদৰা মডেল হস্পিতালত কোভিড ৰোগীৰ বাবে সাজু কৰিছে মুঠ ৫০ খন বিচনা। ইয়াৰে ১৮ খন আই চি ইউ। পূৰ্বৰ বাৰৰ দৰেই এইবাৰো আগতীয়াকৈ সাজু হৈছে আসম। যাতে বিপদত নপৰে দিল্লীৰ দৰে।

    আজি এই হাস্পতাল খন পৰিদৰ্শন কৰে কামৰূপ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গুণীন্দ্ৰ দেৱ শৰ্মাৰ লগত এটা চিকিৎসকৰ দলে। কোভিডৰ বিৰুদ্ধে পুনৰ যুদ্ধ কৰিবলৈ সাজু চিকিৎসক সকল।

    Input and Photo Credit- Mridul Pritom Deka

    আৰু পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং