মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ! ট্রাকে মহটিয়াই নিলে স্কুটী আৰোহীক, নিহত এজন

0
3917
প্ৰতিনিধিত্বমূলক চিত্ৰ

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ! ট্রাকে মহটিয়াই নিলে স্কুটী আৰোহীক, নিহত এজন

মহানগৰীৰ নুনমাটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে |

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো |

বুধবাৰে নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।জানিব পৰা মতে এখন ট্রাকে মহটিয়াই নিলে এজন স্কুটী আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় স্কুটী আৰোহীজন।অৱশ্যে এতিয়ালৈকে চিনাক্ত হোৱা নাই নিহত আৰোহীজন।