
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ! ট্রাকে মহটিয়াই নিলে স্কুটী আৰোহীক, নিহত এজন
মহানগৰীৰ নুনমাটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে |
নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো |
বুধবাৰে নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।জানিব পৰা মতে এখন ট্রাকে মহটিয়াই নিলে এজন স্কুটী আৰোহীক।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় স্কুটী আৰোহীজন।অৱশ্যে এতিয়ালৈকে চিনাক্ত হোৱা নাই নিহত আৰোহীজন।