উত্তৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা ! টেক্টৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত নিহত এজন

0
1116
প্ৰতিনিধিত্বমূলক ছবি

উত্তৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা ! টেক্টৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত নিহত এজন

উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন টেক্টৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক আহত হয়।

নিহত লোকজন কমলপুৰ কেন্দুকোণাৰ প্রবীন কলিতা বুলি জানিব পৰা গৈছে।আনহাতে মালিগাঁৱৰ চায়ন দে’নামৰ লোকজন গুৰুতৰভাৱে আহত হৈছে। ঘটনাৰ পিছতে চায়ন দে’ক সংকটজনক অৱস্থাত GNRCত ভৰ্তি কৰোৱা হৈছে।