ভয়ংকৰ পথ দুৰ্ঘটনা ! বৰযাত্ৰীৰ বাহনত খুন্দা তীব্ৰবেগী ডাম্পাৰৰ

0
780
প্ৰতিনিধিত্বমূলক ছবি

ভয়ংকৰ পথ দুৰ্ঘটনা ! বৰযাত্ৰীৰ বাহনত খুন্দা তীব্ৰবেগী ডাম্পাৰৰ

সৰস্বতী পূজাৰ আনন্দৰ মাজতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমিনগাঁও লাচিতপুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।জানিব পৰা মতে এখন তীব্ৰবেগী এখন ডাম্পাৰে খুন্দা মাৰিলে বৰযাত্রীৰ বাহনত। দুৰ্ঘটনাটোৰ ফলত কথমপি প্রাণৰক্ষা পৰে দৰাসহ কেইবাজনো বৰযাত্রীৰ।

বৰযাত্রী কঢ়িয়াই নিয়া বাহনখন ফটাশিল আমবাৰীৰ পৰা হাজো অভিমুখী আছিল । বৰযাত্ৰী কঢ়িয়াই নিয়া আৰ্টিগা বাহনখনৰ নম্বৰ AS-01-PC-3080। ডাম্পাৰৰ খুন্দাত বৰযাত্ৰীৰ বাহনখনৰ বিস্তৰ ক্ষতি হৈছে।