18 C
Guwahati
Thursday, January 20, 2022
More

    দিনটো আৰম্ভ কৰাৰ আগতে চাই লওঁক আজিৰ ৰাশিফল…

    মেঘ: আজি আপোনাৰ দিনটো ভালকৈ পাৰ হ’ব আৰু অচিনাকী মানুহৰ লগত চিনাকি হ’ব । আপোনাৰ আৰ্থিক দিশটো ভাল নহ’লেও পদোন্নতিৰ ৰোগ আছে।

    বৃষ: আজি আপুনি খেলা ধূলা কাৰ্যত অংশগ্ৰহণ কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। আৰ্থিক দিশটো ভাল নহয়।

    মিথুন: আজি আপোনাৰ পিতৃ মাতৃ আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি আপুনি আপোনাৰ প্ৰিয় ৰঙৰ কাপোৰ পৰিধান কৰিলে ভাল হ’ব পাৰে।

    কৰ্কট; আজি আপুনি ভাৱি চিন্তি কাম কৰক । আৰ্থিক দিশটো প্ৰায় ঠিকেই যদিও খৰচ হোৱাৰ সম্ভাৱনা আছে।

    সিংহ; মানসিক শান্তিৰ বাবে দান কৰক। আ- অলংকাৰ ক্ৰয় কৰাৰ যোগ আছে।

    কন্যা: আজি আপুনি সফলতা লাভ কৰিব পাৰে আৰু আনে প্ৰশংসা কৰিব পাৰে। ঘৰুৱা কিছু অশান্তি থাকিব পাৰে।

    তুলা: আজি আপুনি কামত সফলতা লাভ কৰিব পাৰে। পৰিয়াল বৰ্গৰ পৰা সহায় পাব।

    বৃশ্চিক; আজি আপুনি মানসিক ভাৱে অশান্তি পাব পাৰে। আনৰ সহায় কৰক।

    ধনু; আজি আপোনাৰ বহুদিনৰ সমস্যা সমাধান হ’ব পাৰে। খৰচৰ মাত্ৰা অধিক হ’ব পাৰে।

    মকৰ: মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক। বন্ধুৰ লগত কাজিয়া হ’ব পাৰে। আনে প্ৰশংসা কৰিব।

    কুম্ভ: আপোনাৰ চিন্তা কিছু কম হ’ব পাৰে। বিবাহৰ যোগ আছে।

    মীন: আজি আপোনাৰ দিনটো ভালদৰে পাৰ হ’ব । প্ৰয়োজনতকৈ বেছি খৰচ নকৰিব।

    আৰু পঢ়ক : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰে সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীৰ্ষস্থানীয় কামাণ্ডাৰ চালিম নিহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং