29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শিৱসাগৰত শোকৰ ছাঁ

    অসমৰ সাহিত্যক্ষেত্ৰৰ অভিভাৱক স্বৰূপ প্ৰথিতযশা সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞি ডাঙৰীয়াৰ মৃত্যুত শিৱসাগৰটো শোকৰ ছাঁ পৰিছে।

    প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ যশস্বী সাহিত্যিক নাহেন্দ্ৰ পাদুনৰ। শিৱসাগৰৰ সাহিত্যক্ষেত্ৰৰ লগত জড়িত ব্যক্তি সকলৰ শোক প্ৰকাশ সাহিত্যিক জনৰ মৃত্যুত।

    শিৱসাগৰ জিলা সাংবাদিক সংস্থা ফালৰ পৰাও শোক প্ৰকাশ। লগতে মহীৰূহৰ জন্মৰদিনটো চৰকাৰীভাৱে উদযাপন কৰাৰ ব্যৱস্থা কৰি নৱ প্ৰজন্মৰ মাজলৈ সাধক গৰাকীৰ আদৰ্শ কৰ্মৰাজিক প্ৰণালীবদ্ধভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰাৰ লগতে তেঁওৰ সামাধিক্ষেত্ৰ গুৱাহাটীৰ মাজমজিয়াত নিৰ্মাণ কৰি অসমৰ সকলোৱে যে দৰ্শন কৰিব পৰে তাৰ ব্যৱস্থা কৰাৰ অসম চৰকাৰক অনুৰোধ জনায়।

    Input: sanjay pareek

    আৰু পঢ়ক : কৰ’ণা ভেকচিনক লৈ শিলচৰত বৃহৎ কেলেংকাৰী! টকা দিলেই লাভ কৰে ভেকচিন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।