
‘মোক ৰং দিওতে কাপোৰৰ ভিতৰত হাত সোমোৱাবলৈ চেষ্টা কৰিছিল’- এগৰাকী অভিনেত্ৰীৰ স্বীকাৰোক্তি
এগৰাকী অভিনেত্ৰীৰ অকপট স্বীকাৰোক্তি। হোলীৰ উলম মালহৰ মাজতে এগৰাকী অভিনেত্ৰীৰ বিতৰ্কিত মন্তব্য়।
বিগ বছত দেখা পোৱা এইগৰাকী অভিনেত্ৰী ছোফিয়া লম্বেই নিজৰ মন্তব্য়ত কয় যে -‘মই উৎসৱ বহুত ভাল পাওঁ।কিন্তু ফাকুৱাক লৈ মোৰ এটা বেয়া অভিজ্ঞতা আছে। মোক এবাৰ এটা হোলী পাৰ্টিত ৰং সানিবলৈ আহি কাপোৰৰ ভিতৰত হাত সোমোৱাইছিল।’
এই ঘটনাৰ পিছত মানসিকভাৱে ভাগি পৰিছিল অভিনেত্ৰীগৰাকী।